মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

    • আৰ.ডব্লিও.এছ. আৰু অনাময় খণ্ডৰ চফ্টৱেৰ সম্পৰ্কীয় বিষয় সমূহ চোৱা-চিতা কৰা।
    • আৰ.পি.আই. সমূহ আৰু ভি.ডব্লিও.এছ.চি. সমূহক বিভিন্ন কাৰ্য্যক্ৰমণিকাত সহায় আগবঢ়োৱাৰ উদ্দেশ্যৰে পি.এইচ.ই.ডি. আৰু সম্প্ৰদায় সংগঠনৰ মাজত সমন্বয়ৰক্ষী হিচাপে কাৰ্য্য কৰা আৰু প্ৰয়োজনীয় সকলো যাৱতীয় যোগান ধৰা আৰু লগতে।
    • মানৱ সম্পদ উন্নয়ন আৰু তথ্য, শিক্ষা আৰু যোগাযোগ ব্যৱস্থা কাৰ্য্যক্ৰমণিকা গ্ৰহণ কৰা
    • মূল্যাংকন সম্পৰ্কীয় অধ্যয়ন, প্ৰভাৱ মূল্যায়ন সম্পৰ্কীয় অধ্যায়ন, গৱেষণা আৰু উন্নয়ন, টি.এন.এ. কাৰ্য্যক্ৰমণিকা আদি সকলো ব্যৱস্থা গ্ৰহণ কৰা আৰু ইয়াৰ পৰা লাভ কৰা পৰিণামখিনি সংশোধনী কাৰ্য্যকলাপ গ্ৰহণৰ উদ্দেশ্যৰে পি.এইচ.ই.ডি.লৈ প্ৰেৰণ কৰা।
    • খোৱা পানীৰ মানদণ্ড পৰ্য্যবেক্ষণৰ বাবে এম.আই.এছ. আৰু কম্পিউটাৰ কাৰ্য্যক্ৰম, জি.আই.এছ. মেপিং আৰু অনলাইন নিৰিক্ষণ ব্যৱস্থা আদি গ্ৰহণ কৰা।