মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

পানী আৰু অনাময় সহায়ক সংস্থাৰ আন্তঃগাঁথনি

পানী আৰু অনাময় সহায়ক সংস্থাই (ডব্লিও.এছ.এছ.ও.), ইয়াৰ যোগাযোগ ব্যৱস্থা আৰু ক্ষমতা বিকাশ কাৰ্য্যক্ৰমৰ সুবিধা প্ৰদানৰ বাবে অত্যাধুনিক আন্তঃগাঁথনিৰ বিকাশ ঘটাইছে।

ডব্লিও.এছ.এছ.ও. কাৰ্য্যালয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত নিম্নোল্লেখিত সুবিধা সমূহ উপলব্ধঃ

  • দুটা সভা গৃহ আৰু তিনিটা শ্ৰেণী কোঠা
  • এটা কম্পিউটাৰ পৰীক্ষাগাৰ যত আছে ইণ্টাৰনেটৰ সুবিধাযুক্ত ২০টা কম্পিটাৰ
  • এটা পুথিভঁৰাল বা অধ্যয়ন কক্ষ
  • ভৌগলিক তথ্য ব্যৱস্থা (জি.আই.এছ.) কোষ
  • সৰ্বাধিক ২০জন লোক থাকিব পৰা আৱাসৰ ব্যৱস্থা
  • অতিথিশালা


ছবি-ডব্লিও.এছ.এছ.ও. সভাগৃহ