মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

পানীৰ মানদণ্ড পৰীক্ষণ

খোৱা পানীৰ উত্সৰ পানীৰ মানদণ্ডৰ বিষয়ে জানিবলৈ, যিকোনো লোকে ওচৰত থকা মণ্ডল আৰু উপ-মণ্ডলীয় পৰ্যায়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু তেঁওলোকৰ সংশ্লিষ্ট অঞ্চলৰ খোৱা পানী সমূহৰ নমুনা ৰাজ্যিক পৰ্য্যায়ৰ পৰীক্ষাগাৰ(ডি.এল.এল.)/উপ-মণ্ডলীয় পৰ্য্যায়ৰ পৰীক্ষাগাৰ(এছ.ডি.ডি.এল.) সমূহত পৰীক্ষণ কৰিব পাৰে।

সংশ্লিষ্ট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰীক্ষাগাৰ কৰ্মীয়ে নমুনা সংগ্ৰহ কৰাৰ উপায় সম্পৰ্কেও পৰামৰ্শ প্ৰদান কৰিব। পানীৰ মানদণ্ড বিশ্লেষণৰ বাবে নিৰ্ধাৰিত এক সামান্য পৰিমাণৰ মাচুল দিব লাগিব।