মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

খোৱা পানীৰ মানদণ্ড পৰীক্ষণ মাচুল

ক্ৰমিক নংমাপকাঠিপ্ৰতিটো নমুনাৰ প্ৰতিটো পৰীক্ষণৰ খৰচ
১ফ্লোৰাইড১০/- টকা
২আইৰণ১৯/- টকা
৩পি.এইচ.১০/- টকা
৪আৰ্চেনিক৭০/- টকা
৫নাইট্ৰেট২৫৭/- টকা
৬মেংগানিজ২৫৩/- টকা
৭টি.ডি.এছ.২০/- টকা
৮টাৰ্বিডিটি২০/- টকা
৯বেক্টেৰিঅ’লজিকেল (ভাইৰেল পদ্ধতি)৪০/- টকা
১০বেক্টেৰিঅ’লজিকেল (এম.পি.এন. গণনা)১৫০/- টকা