মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

সাংগঠনিক তালিকা

বি.আৰ.চি.চি. আৰু চি.আৰ.চি.চি. কে ধৰি পানী আৰু অনাময় সহায়ক সংস্থাৰ (ডব্লিও.এছ.এছ.ও.) সাংগঠনিক প্ৰণালী

ৰাজ্যিক পৰ্য্যায়তঃ ডব্লিও.এছ.এছ.অ., বেটকুচি, গুৱাহাটী-৩৫

(ক) ডব্লিও.এছ.এছ.ও. সঞ্চালকৰ পৰিচালনাত

(খ) ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা আৰু কৰ্মচাৰীৰ সহায়তাৰ জৰিয়তে

জিলা পৰ্য্যায়তঃ জিলা ডব্লিও.এছ.এছ.ও. কোষ

(ক) কাৰ্য্যবাহী অভিযন্তা (জনস্বাস্থ্য কাৰিকৰী) সহ এম/এছ, ডি.ডব্লিও.এছ.চি.- অধ্যক্ষ

(খ) কাৰ্য্যবাহী অভিযন্তা (জনস্বাস্থ্য কাৰিকৰী) সহ সহযোগী এম/এছ, ডি.ডব্লিও.এছ.চি.- সদস্য

(গ) অতিৰিক্ত কাৰ্য্যবাহী অভিযন্তা (জনস্বাস্থ্য কাৰিকৰী)টি./চি., এইচ.কিউ.- সদস্য সচিব

(ঘ) পানী আৰু অনাময় সহায়ক সংস্থা কোষ খণ্ডৰ মুৰব্বী- সদস্য

(ঙ) ডি.ডব্লিও.এছ.এম. পৰামৰ্শদাতা- সদস্য

(চ) খণ্ড সম্পদ সমন্বয়ৰক্ষী- সদস্য

খণ্ড পৰ্য্যায়তঃ খণ্ড ডব্লিও.এছ.এছ.ও. কোষ

(ক) সহকাৰী অভিযন্তা (পি.এই.চি.)- কোষ প্ৰধান

(খ) খণ্ড সম্পদ সমন্বয়ৰক্ষী- সদস্য

(গ) ক্লাষ্টাৰ সম্পদ সমন্বয়ৰক্ষী- সদস্য