মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

পৰীক্ষাগাৰ আন্তঃগাঁথনি

উপলব্ধ আহিলা পাতি/সুবিধা সমূহঃ

  • প্ৰিণ্টাৰ সহ কম্পিউটাৰৰ ব্যৱস্থা
  • এটমিক এবজৰ্পচন স্পেক্ট্ৰফটোমিটাৰ (এছ.আৰ.এল. আৰু মাণ্ডলিক পৰীক্ষাগাৰ সমূহত)
  • স্পেক্ট্ৰফটোমিটাৰ
  • পি.এইচ. মিটাৰ
  • হট এয়াৰ ওভেন
  • ওৱাটাৰ বাথ
  • ৰেফ্ৰিজাৰেটাৰ
  • অটোক্লেভ
  • ইনকাৱেটৰ
  • টাৰ্বিডিটি মিটাৰ
  • কণ্ডাক্টিভিটি মিটাৰ
  • ৰেচিদুয়েল ক্লৰাইন কিট
  • ডিজিটেল বেলেন্স

সকলো মণ্ডলৰ অধীনত থকা পৰীক্ষাগাৰৰ কৰ্মচাৰীঃ

এই পৰীক্ষাগাৰ সমূহত কৰ্মৰত স্থায়ী আৰু ঠিকা ভিত্তিক (ডব্লিও.এছ.এছ.ও.ৰ দ্বাৰা সমৰ্থিত) কৰ্মচাৰী সকলঃ

  • মুখ্য বিশ্লেষক(স্থায়ী)- এজন
  • জেষ্ঠ্য জল বিশ্লেষক(স্থায়ী)- দুজন
  • জল বিশ্লেষক(স্থায়ী)- তিনি জন
  • সহকাৰী ৰাসায়নবিদ (স্থায়ী)- পাঁচ গৰাকী
  • পৰীক্ষাগাৰ সহকাৰী (স্থায়ী)- দুগৰাকী
  • সহকাৰী ৰাসায়নবিদ (ঠিকা ভিত্তিক)- ৬৮ গৰাকী
  • পৰীক্ষাগাৰ সহকাৰী (ঠিকা ভিত্তিক)- ৬৬ গৰাকী
  • পৰীক্ষাগাৰৰ সৈতে জড়িত ডাটা এণ্ট্ৰি অপাৰেটৰ (ঠিকা ভিত্তিক)- ৭গৰাকী
  • এম.ভি. চালক (ঠিকা ভিত্তিক)- ১১গৰাকী