| ক্ৰমিক নং | মাপকাঠি | প্ৰতিটো নমুনাৰ প্ৰতিটো পৰীক্ষণৰ খৰচ |
|---|---|---|
| ১ | ফ্লোৰাইড | ১০/- টকা |
| ২ | আইৰণ | ১৯/- টকা |
| ৩ | পি.এইচ. | ১০/- টকা |
| ৪ | আৰ্চেনিক | ৭০/- টকা |
| ৫ | নাইট্ৰেট | ২৫৭/- টকা |
| ৬ | মেংগানিজ | ২৫৩/- টকা |
| ৭ | টি.ডি.এছ. | ২০/- টকা |
| ৮ | টাৰ্বিডিটি | ২০/- টকা |
| ৯ | বেক্টেৰিঅ’লজিকেল (ভাইৰেল পদ্ধতি) | ৪০/- টকা |
| ১০ | বেক্টেৰিঅ’লজিকেল (এম.পি.এন. গণনা) | ১৫০/- টকা |