মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

বিশ্লেষণ কৰা মাপকাঠি সমূহ

পানীৰ মানদণ্ড বিশ্লেষণ কৰা মাপকাঠি সমূহৰ জৰিয়তে পানীৰ মানদণ্ডৰ বিষয়ে সকলো তথ্য পাব পাৰি। খাবৰ বাবে, বিনোদন ক্ষেত্ৰত ব্যৱহাৰৰ বাবে, জলসিঞ্চনত ব্যৱহাৰ কৰিবৰ বাবে বা জলচৰ প্ৰাণীৰ বাবে পানী কেনেকুৱা হোৱা উচিত এই সম্পৰ্কেও এই মাপকাঠি সমূহৰ জৰিয়তেহে নিৰ্ধাৰণ কৰা হয়।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰীক্ষাগাৰত বিশ্লেষণ কৰা মাপকাঠি সমূহ হলঃ

  • অল্কালিনিটি
  • আৰ্চেনিক
  • বেক্টেৰিঅলজিকেল
  • কেলচিয়াম হাৰ্ডনেচ
  • ক্লৰাইড
  • ফ্লোৰাইড
  • ৰেচিদুয়েল ক্লৰিণ
  • টোতেল হাৰ্ডনেচ
  • আইৰণ
  • মেগনেচিয়াম হাৰ্ডনেচ
  • মেংগানিজ
  • নাইট্ৰেট
  • চালফেট
  • পি.এইচ.
  • ইলেক্ট্ৰিক কন্দাক্টিভিতি
  • তাপমাত্ৰা
  • মুঠ দ্ৰবীভূত হৈ থকা কঠিন পদাৰ্থ (টি.ডি.এছ.)
  • মুঠ নিলম্বিত কঠিন পদাৰ্থ (টি.এছ.এছ.)
  • টাৰ্বিডিটি
  • জৈৱিক অক্সিজেনৰ চাহিদা (বি.ও.দি.)
  • ৰাসায়নিক অক্সিজেনৰ চাহিদা (চি.ও.দি.)