উপলব্ধ আহিলা পাতি/সুবিধা সমূহঃ
- প্ৰিণ্টাৰ সহ কম্পিউটাৰৰ ব্যৱস্থা
- এটমিক এবজৰ্পচন স্পেক্ট্ৰফটোমিটাৰ (এছ.আৰ.এল. আৰু মাণ্ডলিক পৰীক্ষাগাৰ সমূহত)
- স্পেক্ট্ৰফটোমিটাৰ
- পি.এইচ. মিটাৰ
- হট এয়াৰ ওভেন
- ওৱাটাৰ বাথ
- ৰেফ্ৰিজাৰেটাৰ
- অটোক্লেভ
- ইনকাৱেটৰ
- টাৰ্বিডিটি মিটাৰ
- কণ্ডাক্টিভিটি মিটাৰ
- ৰেচিদুয়েল ক্লৰাইন কিট
- ডিজিটেল বেলেন্স
সকলো মণ্ডলৰ অধীনত থকা পৰীক্ষাগাৰৰ কৰ্মচাৰীঃ
এই পৰীক্ষাগাৰ সমূহত কৰ্মৰত স্থায়ী আৰু ঠিকা ভিত্তিক (ডব্লিও.এছ.এছ.ও.ৰ দ্বাৰা সমৰ্থিত) কৰ্মচাৰী সকলঃ
- মুখ্য বিশ্লেষক(স্থায়ী)- এজন
- জেষ্ঠ্য জল বিশ্লেষক(স্থায়ী)- দুজন
- জল বিশ্লেষক(স্থায়ী)- তিনি জন
- সহকাৰী ৰাসায়নবিদ (স্থায়ী)- পাঁচ গৰাকী
- পৰীক্ষাগাৰ সহকাৰী (স্থায়ী)- দুগৰাকী
- সহকাৰী ৰাসায়নবিদ (ঠিকা ভিত্তিক)- ৬৮ গৰাকী
- পৰীক্ষাগাৰ সহকাৰী (ঠিকা ভিত্তিক)- ৬৬ গৰাকী
- পৰীক্ষাগাৰৰ সৈতে জড়িত ডাটা এণ্ট্ৰি অপাৰেটৰ (ঠিকা ভিত্তিক)- ৭গৰাকী
- এম.ভি. চালক (ঠিকা ভিত্তিক)- ১১গৰাকী